- অৱশেষত মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং
- তিনিটা মাহৰ ভিতৰত ৰেল বিভাগে মেৰামতি সম্পূৰ্ণ কৰিলে দলংখনৰ
- মুখ্য প্ৰবন্ধক সন্দীপ ৰয়ে পৰিদৰ্শন কৰাৰ পিছতেই মুকলি হয় দলংখন
- দলংখনৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰেল বিভাগৰ ব্যায় হৈছে 9 কোটি টকা
- শৰাইঘাটৰ দলংত চি চি টি ভি লগোৱা বিষয়টো বিবেচনা কৰিব বুলি জনাই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়ে
মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং - শৰাইঘাটৰ পুৰণি দলং
তিনি মাহৰ ভিতৰত ৰেল বিভাগে মেৰামতি সম্পূৰ্ণ কৰিলে দলংখনৰ
মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং