- প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসান
- 66 বছৰ বয়স শেষ নিশ্বাস ত্যাগ
- 12.07 বজাত মৃত্যু বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ
- বিগত 9 আগষ্টৰ পৰা এইমছ্ত চিকিৎসাধীন অৱস্থাত আছিল অৰুণ জেটলী
- 1973 চনত বাণিজ্যত স্নাতক ডিগ্ৰী, দিল্লী বিশ্ববিদ্যালয়
- 1977 চনত আইন ডিগ্ৰী, দিল্লী বিশ্ববিদ্যালয়
- বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান
- একেসময়তে আৰ. এছ. এছ ৰো সদস্য
- 1974 চনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিৰ্বাচিত
- 1975 চনত 19 মাহৰ বাবে কাৰাবাস
- ৰাজনৈতিক জীৱন
- 2018 চনত উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত
- 2014 চনত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব
- 2009 চনত ৰাজ্যসভাৰ বিৰোধী দলপতি
- 2006 চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত
- 2002 চনত বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব
- 1999 চনত কেন্দ্ৰীয় আইন মন্ত্ৰী
- একে সময়তে বি চি চি আইৰ অধ্যক্ষ
- 1980 চনত বিজেপিত যোগদান
- বিত্তমন্ত্ৰী হিচাপে..
- জি এছ টি ৰ প্ৰৱৰ্তন
- 7.2 ৰ পৰা 2.9 লৈ মুদ্ৰাস্ফীতি হ্ৰাস
- ধনজন যোজনা
- DBT ত আধাৰৰ প্ৰচলন
- বিত্তীয় ক্ষেত্ৰত আইন সংশোধনী আয়োগৰ কাৰ্যকৰীকৰণ
- নায়ক কমিটিৰ কাৰ্যকৰীকৰণ
থোৰতে অৰুণ জেটলীৰ জীৱন পৰিক্ৰমা - 2014 চনত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব
জন্ম - 28 ডিচেম্বৰ, 1952 মৃত্যু - 24 আগষ্ট, 2019
থোৰতে অৰুণ জেটলীৰ জীৱন পৰিক্ৰমা