অসম

assam

ETV Bharat / state

মহানগৰীত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অস্ত্ৰ পূজন - বিজয়া দশমীৰ দিনটোত বিভিন্ন অস্ত্ৰ সন্মুখত লৈ পূজা

বিজয়া দশমীৰ দিনটোত বিভিন্ন অস্ত্ৰ সন্মুখত লৈ পূজা কৰে হিন্দু জাগৰণ মঞ্চৰ সদস্য সকলে ৷

Arms puja at Guwahati by Hindu jagoran mancha
মহানগৰীত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অস্ত্ৰ পূজন

By

Published : Oct 26, 2020, 8:13 PM IST

গুৱাহাটী, 26 অক্টোবৰ: মহানগৰীৰ গনেশপাৰাত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত সোমবাৰে পালন কৰা হয় অস্ত্ৰ পূজন কাৰ্যসূচী ৷ আনক আক্ৰমণৰ বাবে নহয় আত্মৰক্ষাৰ বাবে এই অস্ত্ৰ পূজন ৷ গণেশ পাৰাৰ বাথৌ মন্দিৰৰ ওচৰত সংগঠনটোৰ সদস্য সকলে কৰে এই অস্ত্ৰপূজন ৷ বিজয়া দশমীৰ দিনটোত বিভিন্ন অস্ত্ৰ সন্মুখত লৈ পূজা কৰে হিন্দু জাগৰণ মঞ্চৰ সদস্য সকলে ৷

মহানগৰীত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অস্ত্ৰ পূজন

সংগঠনটোৰ বিষযববীয়াই অস্ত্ৰপূজনৰ প্ৰসংগত জনাই যে,ৰামে যেনেদৰে শত্ৰুক ৰুধিবলৈ অস্ত্ৰপূজন কৰিছিল ঠিক তেনেকৈ আমিও অস্ত্ৰৰ পূজা কৰিছো ৷ কিয়নো হিন্দু সকলে নিজৰ আত্মৰক্ষাৰ বাবেই অস্ত্ৰ ৰখাটো প্ৰয়োজন ৷

লগতে পঢ়কঃগোৰ্খাসকলৰ দঁচৈ উৎসৱ উদযাপন

For All Latest Updates

ABOUT THE AUTHOR

...view details