- APSC কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আৰু এজন বিষয়ালৈ ন্যায়িক আয়োগৰ জাননী
- গণপতি ৰয় নামৰ এগৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী (APSC scam 2014)
- ১৫ দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ গণপতি ৰায়লৈ
- হাফলঙত কৰ অধীক্ষক হিচাবে কৰ্মৰত গণপতি ৰয় (APSC Appointment scam)
- বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ কৰ অধীক্ষকগৰাকীৰ বিৰুদ্ধে