গুৱাহাটী, 5 জানুৱাৰী:সম্ভৱ হৈ নুঠিল অখিল গগৈৰ মুক্তি । মঙলবাৰেও ন্যায়ালয়ৰ গোচৰ তালিকাত স্থান নাপালে অখিল গগৈৰ শুনানিয়ে । যাৰ বাবে আশাহত হৈছে ৰাইজৰ দলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি । সকলোৱেই আশা কৰিছিল মৰাণ অধিবেশনৰ পূৰ্বে মুকলি আকাশৰ তললৈ আহিব নেতা গৰাকী । বিশাল সমদলেৰে অধিবেশন স্থলীলৈ আগুৱাই নিব তেওঁলোকৰ ভাবী সভাপতি গৰাকীক । কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি মঙলবাৰেও উচ্চ ন্যায়ালয়ৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি ।
উচ্চ ন্যায়ালয়ৰ গোচৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি - শুনানি
মঙলবাৰেও ন্যায়ালয়ৰ গোচৰ তালিকাত স্থান নাপালে অখিল গগৈৰ শুনানিয়ে । যাৰ বাবে আশাহত হৈছে ৰাইজৰ দলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি ।
উচ্চ ন্যায়ালয়ৰ গোচৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি
Last Updated : Jan 5, 2021, 4:16 PM IST