তেজপুৰ,৭ মাৰ্চ :তেজপুৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত তলা লাগিল । সমাপ্তি পৰিল 35 বছৰীয়া এক বৰ্ণিল ইতিহাস । 1985 চনৰ পৰা সুদীৰ্ঘ 35 বছৰ অগপৰ দলৰ হৈ তেজপুৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা বৃন্দাবন গোস্বামীয়ে আজি দল ত্যাগ কৰিলে।
তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ
সমাপ্তি পৰিল 35 বছৰীয়া এক বৰ্ণিল ইতিহাস । 1985 চনৰ পৰা সুদীৰ্ঘ 35 বছৰ অগপৰ দলৰ হৈ তেজপুৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা বৃন্দাবন গোস্বামীয়ে আজি দল ত্যাগ কৰিলে।
তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ
বৃন্দাবন গোস্বামীয়ে অগপৰ পৰা টিকট বঞ্চিত হোৱাৰ পাচতে সিদ্ধান্ত গ্ৰহণ কৰিলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ । আৰু লগে লগেই কাৰ্য্যালয় ভাঙি চুৰ মাৰ কৰাৰ লগতে সমৰ্থকে জ্বলাই দিলে অসম গণ পৰিষদৰ ফ্লেগ । কাৰ্য্যালয়ৰ সকলো নথি পত্ৰ দাহ কৰিলে চৌহদত ।
লগতে পঢ়ক: উন্নয়নৰ মুখ নেদেখিলে টিফুক চাহ বাগিচাবাসীয়ে