যোৰহাট চিকিৎসা মহাবিদ্যালয়ত গোলাঘাটৰ ৰোগীৰ ভিৰ
কেৱল শালমৰাতে নহয় গোলাঘাট উষা গৰঙা,আৰু বৰহোলাতো কেইবাজনো লোকৰ অৱস্থা সংকটজনক
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত গোলাঘাটৰ ৰোগীৰ ভিৰ
যোৰহাট,২২ফেব্ৰুৱাৰীঃ বিষাক্ত সুৰা সেৱন কৰি গোলাঘাটৰ শালমৰা চাহ বাগিচাৰ প্ৰায় অৰ্ধশতাধিক লোক চিকিৎসাধীন হৈ আছে । সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে৩৭ জনলৈ বৃদ্ধি পাইছে।