অসম

assam

By

Published : May 19, 2019, 8:19 PM IST

ETV Bharat / state

টীয়কত পথ দুৰ্ঘটনাত নিহত এজন

যোৰহাট অভিমুখী W B 93 1610 নম্বৰৰ এখন ট্ৰাক আৰু AS 03 W 8663 নম্বৰৰ স্কুটীৰ সংঘৰ্ষত স্কুটি আৰোহী পাৰ্থ প্ৰতিম দাসৰ থিতাতে মৃত্যু হয় আৰু আদিত্য হাজৰিকা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় । নিহত পাৰ্থৰ ঘৰ টীয়ক তেলীয়া গাঁৱত।

TEOK

টীয়ক , 19 মে' : টীয়ক নৈৰ দলঙৰ সমীপত দেওবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি এজন যুৱক গুৰুতৰভাৱে আহত হয়।

টীয়কত পথ দুৰ্ঘটনা

যোৰহাট অভিমুখী W B 93 1610 নম্বৰৰ এখন ট্ৰাক আৰু AS 03 W 8663 নম্বৰৰ স্কুটীৰ সংঘৰ্ষত স্কুটি আৰোহী পাৰ্থ প্ৰতিম দাসৰ থিতাতে মৃত্যু হয় আৰু আদিত্য হাজৰিকা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় । নিহত পাৰ্থৰ ঘৰ টীয়ক তেলীয়া গাঁৱত। ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

...view details