- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অঘটন (Bharat Jodo Yatra)
- ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত বিধায়ক ৰকিবুল হুছেইন(Rakibul Hussain injured)
- ভৰিত আঘাত পাইছে বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে
- শিৱসাগৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় বিধায়কগৰাকীক
- ভৰিত আঘাত পোৱাৰ বাবে ভাৰত জোড়ো যাত্ৰাৰ পৰৱৰ্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব হুছেইনে
- ইতিমধ্যে আত্মীয় ঘৰত জিৰণি লৈছে ৰকিবুল হুছেইনে
Bharat Jodo Yatra: গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰকিবুল হুছেইন - Bharat Jodo Yatra in Jorhat
ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰকিবুল হুছেইন । শনিবাৰে যোৰহাটত ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰাৰ সময়তে ভৰিত আঘাত পায় বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে (Rakibul Hussain injured) ।
গুৰুত্বভাৱে আঘাটপ্ৰাপ্ত ৰকিবুল হুছেইন
Last Updated : Dec 4, 2022, 2:17 PM IST