অসম

assam

ETV Bharat / state

তিতাবৰত চিপ লোৱা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

তিতাবৰ বৰহোলা বেকাজানত বাবুল আলী নামৰ এজন যুৱকৰ আত্মহত্যা ৷

By

Published : Sep 10, 2019, 11:05 AM IST

তিতাবৰত যুৱকৰ আত্মহত্যা

তিতাবৰ, 10 চেপ্তেম্বৰঃ তিতাবৰ বৰহোলা বেকাজানত এজন যুৱকৰ আত্মহত্যা ৷ যুৱকজনৰ নাম বাবুল আলী ৷ সোমবাৰৰ নিশা পাহাৰৰ দাতিত চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে গাঁৱৰ মানুহে । তাৰ পাছত খৱৰ দিয়ে বেকাজান আৰক্ষীক । আৰক্ষীয়ে তিতাবৰ দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণা কৰে । পৰিয়ালৰ অভিযোগ, পত্নীৰ লগত হোৱা কাজিয়াৰ বাবে এই পথ বাছি ললে যুৱক জনে ৷

ABOUT THE AUTHOR

...view details