ONGCৰ পাইপলাইন ফুটি নিৰ্গত গেছঃ ক্ষুব্ধ গড়াজানবাসী - গড়াজান চাৰিআলি
ONGC গড়াজান চাৰিআলি দিশৰ পৰা যোৱা গেছৰ পাইপলাইন ফুটি গেছ নিৰ্গত হোৱা ঘটনাটো প্ৰতক্ষ কৰে গাঁওবাসীয়ে। কিন্তু গাওঁৰ ৰাইজে ONGC কৃৰ্তিপক্ষক খবৰ দিয়াৰ 12 ঘণ্টাৰ শনিবাৰে আহি উপস্থিত হৈছে গেছ নিৰ্গত হোৱা ঠাইত ।
তিতাবৰ, 15 জুন: শনিবাৰে সন্ধিয়া 8 মান বজাত ONGC গড়াজান চাৰিআলি ফালৰ পৰা যোৱা গেছ পাইপলাইন ফুটি তাৰ পৰা গেছ নিৰ্গত হোৱাত গাওঁৰ মানুহে লক্ষ্য কৰে । কিন্তু গাওঁৰ ৰাইজে ONGC কৃৰ্তিপক্ষক খবৰ দিয়াৰ পাছতো 12 ঘণ্টাৰ পাছত আজি আহি উপস্থিত হৈছে গেছ নিৰ্গত হোৱা ঠাইত । ONGC হেমাহীৰ ফলত আজি গড়াজান বাসী প্ৰাণ যাব লগা হল হেতেন । গড়াজান এখন মানুহৰ জনবসতি ঠাই ONGC হেমাহীৰ ফলত 8 খন মান গাঁও জ্বলি ছাৰ খাৰ হৈ গল হেতেন । 12 ঘণ্টাৰ পাছত আহি উপস্থিত হৈছে ONGC কৃৰ্তিপক্ষ । সদা ব্যস্ত এই গড়াজান চাৰি আলি পথ বহুত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলক যাই । ONGC এই কৰ্ম কোনো লোকে সহজ ভাবে লৱ পৰা নাই ৷