যোৰহাট, 6 অক্টোবৰ: কৃত্ৰিম বানৰ কবলত যোৰহাট চহৰ ৷ নলাৰ সুচল ব্যৱস্থাৰ অভাৱত এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ মঙলবাৰে দিনৰ ভাগত হোৱা আহিনৰ এজাক বৰষুণে বুৰাই পেলালে চহৰখন ৷ কৃত্ৰিম বানৰ কবলৰ পৰা সাৰি নগ'ল উপায়ুক্তৰ কাৰ্যালয়,উকীল সন্থাৰ কাৰ্যালয়,চৰকাৰী বালক বিদ্যালয়ৰ পথকে ধৰি,মুখ্য ডাকঘৰ আৰু নিউভিল ৰোডো ৷
কৃত্ৰিম বানৰ বুৰিল যোৰহাট চহৰ - jorhat
মঙলবাৰে দিনৰ ভাগত অহা এজাক বৰষুণৰ ফলত যোৰহাট নগৰত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ নলাৰ সুচল ব্যৱস্থাৰ অভাৱৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ অভিযোগ ৷
কৃত্ৰিম বান