যোৰহাট, 1 মাৰ্চ : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ সোমবাৰে এজন চিকিৎসকৰ মৃত্যু হয় । মৃত চিকিৎসকজন অশ্বিনী বৰা বুলি জানিব পৰা হৈছে । ভগামুখ চিকিৎসালয়ত কৰ্মৰত আছিল মৃত চিকিৎসকজন ।
যোৰহাটত ক'ভিডত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু - Doctor death
ভগামুখ চিকিৎসালয়ত কৰ্মৰত আছিল মৃত চিকিৎসকজন । দুৰাৰোগ্য ৰোগতো আক্ৰান্ত হৈ আছিল অশ্বিনী বৰা ।
যোৰহাটত ক'ভিডত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু
অশ্বিনী বৰাৰ ঘৰ যোৰহাট টীয়কত । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল বৰা । চিকিৎসকগৰাকী দুৰাৰোগ্য ৰোগতো আক্ৰান্ত হৈ আছিল ।
লগতে পঢ়ক :জনতাৰ কণ্ঠ: শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান