যোৰহাট, ১২ ফেব্ৰুৱাৰী: যোৰহাট প্রেছক্লাৱত "ফেচবুকৰ ধুনীয়া ডেকাটি"ৰ শুভ মুক্তি । শুকুৰবাৰে দিনৰ দুই বজাত যোৰহাট প্ৰেছ ক্লাৱত শুভমুক্তি লাভ কৰে কণ্ঠশিল্পী মামণি চুতীয়া গগৈৰ কণ্ঠৰ ফেচবুকৰ ধুনীয়া ডেকাটি নামৰ গীতটোৰ অ'ডিঅ আৰু ভিডিঅ'।
যোৰহাটত শুভ মুক্তি"ফেচবুকৰ ধুনীয়া ডেকাটি" - ফেচবুকৰ ধুনীয়া ডেকাটি
যোৰহাট প্রেছক্লাৱত "ফেচবুকৰ ধুনীয়া ডেকাটি"ৰ শুভ মুক্তি ।
যোৰহাটত শুভ মুক্তি"ফেচবুকৰ ধুনীয়া ডেকাটি"
দিম্পু কৌশিক বৰুৱাৰ পৰিচালনাৰে মুক্তি পোৱা গীতটোৰ উন্মোচনী অনুষ্ঠানত অংশ লয় বিশিষ্ট সংগীত শিল্পী তথা পৰিচালক জয়ন্ত নাথ, কৌতুক অভিনেতা ৰঞ্জন দত্তকে ধৰি সাংস্কৃতিক জগতৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে । এই গীতটো দৰ্শকে আদৰি লোৱাৰ আশা প্ৰকাশ কৰে শিল্পী কেইগৰাকীয়ে ।
লগতে পঢ়ক:বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান