মাজুলী, 19 মাজুলী: যিমানেই নিবাচনৰ দিন ওচৰ চাপি আহিছে সিমানেই সলনি হৈছে ৰাজ্যৰ ৰাজনীতিৰ পেক্ষাপট ৷ ব্যতিক্ৰম নহয় মাজুলীও । শুকুৰবাৰে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মাজুলীৰ বিজেপি নিৰ্বাচনী কাৰ্যালয়ত শতাধিক কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কৰ্মী বিজেপি দলত যোগদান কৰে ৷
বিজেপিলৈ ঢাপলি মেলিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সদস্যই - election
শুকুৰবাৰে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মাজুলীৰ বিজেপি নিৰ্বাচনী কাৰ্যালয়ত শতাধিক কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কৰ্মী বিজেপি দলত যোগদান কৰে ৷
বিজেপিলৈ ঢাপলি মেলিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সদস্যই
বৃহস্পতিবাৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সৰ্বানন্দ সোনোৱালৰ ওপৰত যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগ শুকুৰবাৰে অৰ্থাৎ আজি বিজেপিয়ে সেই অভিযোগ খন্দন কৰিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ওপৰত যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ সম্পূৰ্ণ ৰূপে ভিত্তিহীন আখ্যা দিছে ৰাজ্যিক বিজেপিয়ে ৷ বৰঞ্চ বিজেপিয়ে অভিযোগ উত্থাপন কৰি ক’লে, কংগ্ৰেছৰ দিনতহে কোনো উন্নয়ন হোৱা নাছিল মাজুলীত ৷
লগতে পঢ়ক:21ৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভূমিকা: তেজপুৰৰ পৰা আজিৰ কেম্পাচ