অসম

assam

ৰে'লৱে ডেকা শিল্পী সমাজৰ মঞ্চবিহু

By

Published : May 10, 2019, 11:24 PM IST

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ উজনি অসমৰ অন্যতম পুৰণি মঞ্চবিহু ৰেলৱে ডেকা শিল্পী সমাজৰ বিহু

ৰে'লৱে ডেকা শিল্পী সমাজৰ মঞ্চবিহু

মৰিয়নী, 10 মে' : দুদিনীয়া কাৰ্যসূচীৰে আজিৰে অনুষ্ঠিত হয় উজনি অসমৰ অন্যতম পুৰণি মঞ্চবিহু ৰে'লৱে ডেকা শিল্পী সমাজৰ বিহু ৷ পুৱা বিহু সমিতিৰ সভাপতি সূত্ৰধৰ বসুমতাৰীয়ে বিহুৱান উত্তোলন কৰাৰ লগতে বিহু গাই ৰঙালী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বিহুৰ ৷ এই ৰঙালী বিহু সন্মিলনৰ লগত জড়িত প্ৰায় সংখ্যক লোকে ৰে'ল বিভাগৰ অধীনত কৰ্মৰত যদিও নিজৰ কৰ্মব্যস্ততাৰ মাজতো বিগত ৬৫ বছৰ ধৰি তেওঁলোকে উদযাপন কৰি আহিছে এই ৰঙালী বিহুৰ ।

ৰে'লৱে ডেকা শিল্পী সমাজৰ মঞ্চবিহু

ABOUT THE AUTHOR

...view details