অসম

assam

By

Published : Mar 27, 2019, 2:48 AM IST

ETV Bharat / state

লংকাৰ হনুমান মন্দিৰত চোৰৰ লুটপাত

চোৰে মন্দিৰৰ পৰা লুটি নিলে মূল্যৱান সোণ-ৰূপৰ সামগ্ৰীৰ লগতে নগদ ধন

লংকাৰ হনুমান মন্দিৰত চোৰৰ লুটপাত

  • হোজাই জিলাৰ লংকাৰ ৰেল ষ্টেচনৰ সমীপৰ হনুমান মন্দিৰত চুৰিকাণ্ড
  • চোৰে মন্দিৰৰ পৰা লুটি নিলে মূল্যৱান সোণ-ৰূপৰ সামগ্ৰীৰ লগতে নগদ ধন
  • নিশা পূজা কৰিবলৈ আহি চুৰিকাণ্ডৰ সম্পৰ্কে জ্ঞাত হৈছিল পূজাৰী
  • ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাত এজাহাৰ দাখিল
  • বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষীৰ লোক
    লংকাৰ হনুমান মন্দিৰত চোৰৰ লুটপাত

ABOUT THE AUTHOR

...view details