অসম

assam

ETV Bharat / state

হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ - হোজাই

হোজাইত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ হাতীৰ জাকে প্ৰায় প্ৰতিদিনে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ ফলত বিমোৰত পৰিছে জন সাধাৰণ ৷

man elephant conflict in hojai assam etv bharat news
বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত

By

Published : Nov 14, 2020, 4:54 PM IST

হোজাই,14 নৱেম্বৰ:ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ তাৰ মাজতে শুকুৰবাৰে হোজাইৰ জুঠাংবস্তি অঞ্চলত প্ৰায় ৮/৯ জনীয়া এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই ক্ষতিসাধন কৰে ৷ হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আহি জুঠাংবস্তিৰ ধাননি পথাৰত সোমাই পকা ধানসমূহ তহিলং কৰে ৷ অঞ্চলটোত প্ৰায়ে এইদৰে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ ফলত মূৰে-কপালে হাত দিব লগা হৈছে দুৰ্ভগীয়া কৃষকসকলে ৷

বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত

ABOUT THE AUTHOR

...view details