অসম

assam

ETV Bharat / state

লামডিঙত চোৰাং চাউলৰ বেহা

এই অভিযানত দুখন বলেৰ'পিকআপসহ ৯৮ বস্তা FCI ৰ চোৰাং চাউল জব্দ কৰা হয় ৷ পাথৰখোলা ৰেল ষ্টেচনত মালবাহী ৰেল ৰখাই এক বৃহৎ চক্ৰই চলাই আহিছিল এই ব্যৱসায় ৷ AS 01 KC 5836 আৰু AS 09 C 6737 নম্বৰৰ দুখন বলেৰ' পিক আপ সহ দুজন লোকক আটক কৰে  আৰ পি এফে  ৷

লামডিঙত চোৰাং চাউলৰ বেহা

By

Published : Apr 13, 2019, 12:59 AM IST

হোজাই, 13 এপ্ৰিলঃ লামডিঙত আৰপিএফৰ CDPS শাখাৰ অভিযান ৷ লামডিঙ য়াৰ্ডৰ পাথৰখোলাত একাংশ দুষ্ট চক্ৰই বহু দিন ধৰি চলাই আহিছিল চোৰাং চাউলৰ ৰমৰমীয়া বেহা ৷

লামডিঙত চোৰাং চাউলৰ বেহা
এই অভিযানত দুখন বলেৰ'পিকআপসহ ৯৮ বস্তা FCI ৰ চোৰাং চাউল জব্দ কৰা হয় ৷ পাথৰখোলা ৰেল ষ্টেচনত মালবাহী ৰেল ৰখাই এক বৃহৎ চক্ৰই চলাই আহিছিল এই ব্যৱসায় ৷ AS 01 KC 5836 আৰু AS 09 C 6737 নম্বৰৰ দুখন বলেৰ' পিক আপ সহ দুজন লোকক আটক কৰে আৰ পি এফে ৷এই চুৰি চক্ৰত আৰ পি এফৰ যোৱান জড়িত থকাৰ বুলি গোপন সূত্ৰই জানিবলৈ দিয়ে ৷ অভিযানত CDPS শাখাই ঘটনাস্থলীৰ পৰা AS02M7277 নম্বৰ আৰ পি এফ হেড কনষ্টিবল গোলাপ শৰ্মাৰ বাইক উদ্ধাৰ কৰাৰ লগতে দুজন আৰ পি এফ জোৱানক আটক কৰে ৷

ABOUT THE AUTHOR

...view details