অসম

assam

ETV Bharat / state

লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা

হোজাই জিলা লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা । নিশা যুৱতীক ধৰ্ষণৰ চেষ্টা দুই যুৱকৰ ।

By

Published : Sep 19, 2019, 7:24 PM IST

লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা

  • হোজাই জিলা লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা
  • দুই যুৱকে নিশা ধৰ্ষণৰ চেষ্টা চলাইছিল যুৱতীক
  • নুৰউদ্দিন, আনোৱাৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ
  • পিতৃহীন যুৱতীৰ মাতৃক আক্ৰমণ চলাই ধৰ্ষণৰ চেষ্টা
  • হোজাই জিলাৰ লংকাত‌ তীব্ৰ চাঞ্চল্য
    যুৱতীক ধৰ্ষণৰ অপচেষ্টা
  • উদালী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত এই ঘটনা
  • যুৱতীগৰাকীৰ ঘৰৰ বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি অপচেষ্টা দুই যুৱকৰ
  • ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি যুৱতীগৰাকীৰ মাতৃক আক্ৰমণ
  • যুৱতী গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত দুই যুৱকৰ পলায়ন
  • ঘটনা সংক্ৰান্তত ২ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল যুৱতীৰ পৰিয়ালৰ
  • এজাহাৰৰ পিছতেই তদন্ত উদালী আৰক্ষীৰ

ABOUT THE AUTHOR

...view details