হোজাই, 26অক্টোবৰঃকৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দূৰ্গা পূজাৰ সময়চোৱাত ৰাজ্য চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি-নিয়ম ৷ চৰকাৰৰ এই পদক্ষেপক সঁহাৰি আগবঢ়াই হোজাই জিলাৰ এগৰাকী যুৱকে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷
হোজাইৰ অৰূপ বনিকৰ প্ৰশংসনীয় পদক্ষেপঃপূজা মণ্ডপত স্থাপন কৰিলে ছেনিটাইজেচন যন্ত্ৰ - পূজা মণ্ডপ
অৰূপ বনিক নামৰ যুৱকজনে জিলাখনৰ চাৰিখনকৈ পূজা মণ্ডপত স্থাপন কৰিছে নিজে নিৰ্মাণ কৰা সৰ্বশৰীৰ ছেনিটাইজেচন যন্ত্ৰ ৷ যাৰ সহায়ত পূজালৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে সৰ্বশৰীৰ ছেনিটাইজ কৰি প্ৰৱেশ কৰিছে পূজা মণ্ডপৰ ভিতৰত ৷
হোজাইৰ অৰূপ বনিকৰ প্ৰশংসনীয় পদক্ষেপঃপূজা মণ্ডপত স্থাপন কৰিলে ছেনিটাইজেচন যন্ত্ৰ
অৰূপ বনিক নামৰ যুৱকজনে জিলাখনৰ চাৰিখনকৈ পূজা মণ্ডপত স্থাপন কৰিছে নিজে নিৰ্মাণ কৰা সৰ্বশৰীৰ ছেনিটাইজেচন যন্ত্ৰ ৷ যাৰ সহায়ত পূজালৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে সৰ্বশৰীৰ ছেনিটাইজ কৰি প্ৰৱেশ কৰিছে পূজা মণ্ডপৰ ভিতৰত ৷ যুৱকজনে গ্ৰহণ কৰা এনে প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে এতিয়া হোজাইবাসীয়ে ৷
লগতে পঢ়কঃবিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?