অসম

assam

By

Published : Sep 25, 2020, 7:48 PM IST

ETV Bharat / state

হাইলাকান্দিত কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ

কৃষি বিলৰ বিৰুদ্ধে শুকুৰবাৰে ভাৰতত বন্ধ ঘোষণা কৃষক সংঘঠন লগতে বহু দল সংগঠনৰ। অতি সোনকালে এই বিল বাতিল কৰিব লাগে অন্যথা ভয়ংকৰ প্ৰতিবাদৰ সম্মুখীন হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷

হাইলাকান্দিত কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ
হাইলাকান্দিত কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ

হাইলাকান্দি,25 ছেপ্টেম্বৰ :হাইলাকান্দিত কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ । কৃষি বিলৰ বিৰুদ্ধে শুকুৰবাৰে ভাৰতত বন্ধ ঘোষণা কৃষক সংঘঠন লগতে বহু দল সংগঠনৰ।

হাইলাকান্দিত কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ
শুকুৰবাৰে অসম মজুৰি শ্ৰমিক উন্নয়নে লালা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ,অনতিপলমে এই বিল বাতিল কৰক আদি শ্ল'গানেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে তেওঁলোকৰ দাবী কৃষকৰ জীৱনকলৈ হেতালি কোন পৰ্যায়তে মানি লোৱা নহব আৰু লগতে অতি সোনকালে এই বিল বাতিল কৰিব লাগে অন্যথা ভয়ংকৰ প্ৰতিবাদৰ সম্মুখীন হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details