হাইলাকান্দি, 29 ডিচেম্বৰ : হাইলাকান্দিত প্ৰধানমন্ত্ৰী পথ নিৰ্মাণ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হাইলাকান্দি জিলাৰ কাঠলিছেড়া বিধানসভা সমষ্টিৰ দিননাথপুৰ গাঁৱত এবছৰ পূৰ্বে আৰম্ভ হৈছিল এটি পকীপথৰ নিৰ্মাণৰ কাম ৷ কিন্তু নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ এবছৰ পাছতো সম্পূৰ্ণ নহল 2 .5 কিলোমিটাৰ দৈৰ্ঘৰ পথটোৰ নিৰ্মাণৰ কাম ৷
হাইলাকান্দিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - hailakandi
সৰ্বমূঠ এক কোটি 20 লাখ টকা ব্যায় সাপেক্ষে কাঠলিছেড়া বিধানসভা সমষ্টিৰ দিননাথপুৰ গাঁৱত এবছৰ পূৰ্বে আৰম্ভ হৈছিল এটি পকীপথৰ নিৰ্মাণৰ কাম ৷ কিন্তু নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ এবছৰ পাছতো সম্পূৰ্ণ নহল 2 .5 কিলোমিটাৰ দৈৰ্ঘৰ পথটোৰ নিৰ্মাণৰ কাম ৷
হাইলাকান্দিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ
সৰ্বমূঠ এক কোটি 20 লাখ টকা ব্যায় সাপেক্ষে পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও নিৰ্মাণকাৰ্য অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে পথচোৱাৰ নিৰ্মাণৰ কামত গাফিলতি কৰিলে নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক: হোৱাইট হাউছৰ ডিজিটেল টীমত ভাৰতৰ আয়েশা শ্বাহ