হাইলাকান্দি , 7 এপ্ৰিল : হাইলাকান্দিত জিলা প্ৰশাসনে ছিল কৰিলে এটা বিজেপি কাৰ্যালয় ৷ অনুজ্ঞাপত্ৰ নথকাৰ বাবে জিলা প্ৰশাসনে ছিল কৰিলে হাইলাকান্দি পুৰণি হাস্পতাল চাৰিআলিস্থিত বিজেপি জনসংযোগ কাৰ্যালয়টো ।
হাইলাকান্দিত বিজেপি কাৰ্যালয় ছিল
অনুজ্ঞাপত্ৰ অবিহনে নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা হৈছিল কাৰ্যালয়টো ৷ ন বিজেপি নেতা গৌতম গুপ্তাৰ তত্ত্বাৱধানত চলিছিল কাৰ্যালয়টো ৷
হাইলাকান্দিত বিজেপি কাৰ্যালয় ছিল
অনুজ্ঞাপত্ৰ অবিহনে নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা হৈছিল কাৰ্যালয়টো । উল্লেখ্য যে ন বিজেপি নেতা গৌতম গুপ্তাৰ তত্ত্বাৱধানত চলিছিল কাৰ্যালয়টো ৷