অসম

assam

ETV Bharat / state

হাইলাকান্দিত শ্বহীদ দিৱস উদযাপন - etvbharat

উল্লেখ্য যে হাইলাকান্দি চহৰৰ বাটা চৌমাথা হৈ কালিবাড়ি পথেৰে শ্বহীদ স্মাৰক স্থলত এই শোভাযাত্ৰাৰ সমাপ্তি হয় ।

হাইলাকান্দিত শ্বহীদ দিৱস উদযাপন

By

Published : May 19, 2019, 5:03 PM IST

হাইলাকান্দি, 19মেঃ বঙ্গ সাহিত্যৰ উদ্যোগত বৰাক উপত্যকাত দেওবাৰে হাইলাকান্দিত শ্বহীদ স্মাৰক স্থলত শ্বহীদ দিৱস উদযাপন কৰা হয় । ৰাতিপুৱা শ্বহীদ স্মাৰক স্থলৰ পৰা শোভাযাত্ৰাৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে, হাইলাকান্দি চহৰৰ বাটা চৌমাথা হৈ কালিবাড়ি পথেৰে শ্বহীদ স্মাৰক স্থলত এই শোভাযাত্ৰাৰ সমাপ্তি হয় । পৰৱৰ্তী কাৰ্যাৱলীত ১৯৬১ চনৰ ১৯ মে ভাষা আন্দোলনত শ্বহীদ হোৱা ১১ জন লোকৰ শ্বহীদ স্মাৰক স্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে । লগতে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয় ৷

হাইলাকান্দিত শ্বহীদ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details