সৰুপথাৰ, 28 জুলাই : সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছী বিধায়িকা ৰজলীনা তিৰ্কী বিজেপিত যোগদান কৰা নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়িকা গৰাকীয়ে ৷
বিধায়িকা ৰ'জলীনা তিৰ্কীৰ বিজেপি আগমণ প্ৰসংগ
সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছী বিধায়িকা ৰজলীনা তিৰ্কী বিজেপিত যোগদান কৰা নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়িকা গৰাকীয়ে ৷
বিধায়িকা ৰ'জলীনা তিৰ্কীৰ বিজেপি আগমণ প্ৰসংগ
জানিব পৰা মতে,বিগত বহু বছৰৰ পৰাই বিধায়িকা গৰাকী বিজেপিত যোগদান কৰাৰ প্ৰসংগ উখাপন হৈ আহিছিল ৷ যাক লৈ ৰাজ্যৰ ৰাজনীতিত ব্য়াপক চৰ্চা অব্যাহত আছিল ৷ মঙলবাৰে বিজেপি দলত যোগদান কৰাৰ শেহতীয়া তথ্য থাকিলে সংবাদ মাধ্যমৰ জৰিয়তে সৰুপথাৰবাসী ৰাইজক অৱগত কৰিব বুলি জানিব দিয়ে বিধায়িকা গৰাকীয়ে ৷
লগতে পঢ়ক : বিহপুৰীয়াত খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ