গোলাঘাট, 28 আগষ্ট :এইবাৰ অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ স্মাৰক পত্ৰ প্ৰদান ছাত্ৰ সমাজৰ । নিজ প্ৰাপ্য বিচাৰি গোলাঘাট উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে ২০১৯ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীয়ে । ২০১৯ বৰ্ষত প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক জ্ঞানদিপিকা নামৰ আঁচনিৰ জৰিয়তে ই-বাইক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজি পৰ্যন্ত ই-বাইক দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ।
শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ স্মাৰক পত্ৰ প্ৰদান ছাত্ৰী সমাজৰ - জ্ঞানদিপিকা
২০১৯ বৰ্ষত প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক জ্ঞানদিপিকা নামৰ আঁচনিৰ জৰিয়তে ই-বাইক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজি পৰ্যন্ত ই-বাইক দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । বৰ্তমান পুনৰ ২০২০ বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক এক নতুন কৈ ঘোষণা কৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ই-বাইক দিয়াৰ ব্যৱস্থা কৰিছে ।
বৰ্তমান পুনৰ ২০২০ বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক এক নতুন কৈ ঘোষণা কৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ই-বাইক দিয়াৰ ব্যৱস্থা কৰিছে । সেইবাবে ছাত্ৰী সকলৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ আহবান ২০২০ বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলৰ লগতে ২০১৯ বৰ্ষৰ উত্তীৰ্ণ ছাত্ৰী সকলকো ই-বাইক প্ৰদান কৰক । পৱিত্ৰ সদনত উল্লেখ কৰা আঁচনিৰ সফল ৰূপায়ন কৰি ২০১৯ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলকো নিজ প্ৰাপ্য প্ৰদান কৰক ।
লগতে পঢ়ক :সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ মমিনুল আৱাল