অসম

assam

By

Published : May 8, 2019, 9:57 PM IST

ETV Bharat / state

গোলাঘাটত পথ দুৰ্ঘটনা : নিহত এজন

স্কুটিৰ নিয়ন্ত্ৰণ হেৰুৱাই গুৰুতৰভাৱে আহত হোৱা জোনেজ ইমটিয়াজ হুছেইনক মৃত ঘোষণা কৰে চিকিৎসকে । গোলাঘাটৰ বেংগলী স্কুল পথত সংঘটিত হয় এই ঘটনা ।

গোলাঘাটত পথ দুৰ্ঘটনা : নিহত এজন

গোলাঘাট, ৮মে': গোলাঘাটৰ বেংগুলী স্কুল পথত স্কুটিৰ নিয়ন্ত্ৰণ হেৰুৱাই পৰি যায় জোনেজ ইমটিয়াজ হুছেইন নামৰ লোকজন। গুৰুতৰভাৱে আহত লোকজনক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে। পুৱাতে পত্নীক মহাবিদ্যালয়ত থৈ ঘূৰি আহোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

গোলাঘাটত পথ দুৰ্ঘটনা : নিহত এজন

উল্লেখ্য যে, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ নাজিয়া চুলতান নামৰ এগৰাকী প্ৰবক্তাৰ সৈতে ন -পুৰ নিবাসী হুছেইনে দুমাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

ABOUT THE AUTHOR

...view details