অসম

assam

ETV Bharat / state

স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন - দুৰ্গোত্সৱৰ

COVID-19ৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে আজি দুৰ্গোৎসৱৰ ষষ্ঠী পূজাৰ আয়োজন চলিছে গোলাঘাটত। গোলাঘাটৰ স্থায়ী পূজা গৃহ সমূহত বেলবৰণেৰে আৰম্ভ হ'ব দুৰ্গতিনাশিনীৰ পূজা।

স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন
স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন

By

Published : Oct 22, 2020, 5:47 PM IST

গোলাঘাট, ২২ অক্টোবৰ: কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম মানি গোলাঘাটত দুৰ্গোৎসৱৰ আয়োজন। আজি ষষ্ঠী পূজা। গোলাঘাটৰ স্থায়ী পূজা গৃহসমূহত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে দুৰ্গতি নাশিনীৰ পূজা। পূৰ্বতকৈ এইবাৰ কিছু ব্যতিক্ৰমী ধৰণে পালন কৰা হ'ব দুৰ্গাপূজা।

স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন

গোলাঘাটৰ কেৱল স্থায়ী পূজা মণ্ডপতহে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে পূজা সমিতিসমূহে। গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত সনাতন সমাজেও দুৰ্গা পূজাৰ আয়োজন কৰিছে।

লগতে পঢ়ক:মহানগৰীত চুপাৰী ভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details