অসম

assam

ETV Bharat / state

বৰপথাৰৰ ছেৱাগুৰিত বিহু উদযাপন

ছেৱাগুৰিত পৰমপৰাগত কণী যুঁজ প্ৰতিযোগিতা, মুকলি বিহু, জেং বিহু, হুঁচৰি প্ৰদৰ্শনেৰে বিহুৰ বণাঢ্য অনুষ্ঠান

By

Published : Apr 15, 2019, 12:50 AM IST

বৰপথাৰৰ ছেৱাগুৰিত বিহু উদযাপন

ছেৱাগুৰি, 14 এপ্ৰিল: দেওবাৰে সমগ্ৰ ৰাইজ্যত গৰু বিহু পালন কৰা হয়, সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ছেৱাগুৰিতো অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটিক আদৰাত ব্যস্ত হৈ পৰে ছেৱাগুৰিবাসী ৰাইজ ৷ ছেৱাগুৰি গাঁৱবাসীৰ উদ্যোগত ছেৱাগুৰি ৰাজহুৱা খেলপথাৰত প্ৰথম বাৰ্ষিক এদিনীয়া বিহু আদৰণি অনুষ্ঠান আয়োজন কৰে ৰাইজে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰমপৰাগত কণী যুঁজ প্ৰতিযোগিতা, মুকলি বিহু, জেং বিহু, হুঁচৰি প্ৰদৰ্শন আদি অনুষ্ঠানৰ আয়েজন কৰা হয় ৷

বৰপথাৰৰ ছেৱাগুৰিত বিহু উদযাপন

ABOUT THE AUTHOR

...view details