অসম

assam

By

Published : Apr 7, 2020, 3:01 PM IST

ETV Bharat / state

ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সাহাৰ্য বিতৰণ

এই বিতৰণত সহযোগ কৰে বৰপথাৰৰ যুৱ ব্যৱসায়ী মাধুয্য শইকীয়াই । অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত ৭১ টা শ্ৰমিক পৰিয়ালৰ লগতে ৪১ টা আন দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য আগবঢ়াই ।

ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সাহাৰ্য বিতৰন
ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সাহাৰ্য বিতৰন

সৰুপথাৰ, 7 এপ্ৰিলঃ লকডাউনৰ ফলত বন্ধ হৈ পৰিছে চৰকাৰী বেচৰকাৰী উদ্যোগ প্ৰতিষ্ঠানসমূহ ৷ এনে ব্যক্তিগত উদ্যোগসমূহত দিন হাজিৰা কৰা বহু অস্থায়ী শ্ৰমীক এতিয়া কৰ্মহীন হৈ পেটত গামোচা মাৰিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সাহাৰ্য বিতৰণ
ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সাহাৰ্য বিতৰন

তেনে একাংশ দৰিদ্ৰ শ্ৰমিকৰ মাজত কিছু অত্যাৱশ্যকীয় সা-সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে ধনশিৰি মহকুমাৰ সাংবাদকৰ্মী সকলে ৷

ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সাহাৰ্য বিতৰণ

বৰপথাৰৰ যুৱ ব্যৱসায়ী মাধুয্য শইকীয়াৰ সহযোগত ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱে বৰপাভজান গাঁৱৰ 'Stone crusher' সমূহত অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত ৭১ টা শ্ৰমিক পৰিয়ালৰ লগতে ৪১ টা আন দৰিদ্ৰ পৰিয়াললৈ সামান্য সকাহ দিয়াৰ উদ্দেশ্যে কিছু অত্যাৱশ্যকীয় সা সামগ্ৰীৰ টোপোলা আগবঢ়াই ৷ এই টোপোলা সমূহত থাকে আছিল চাউল, দাইল, আলু, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী ৷ ইতিমধ্যে মহকুমাটোৰ আৰু আন ১০০ টা দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে ধনশিৰি মহকুমা সাংবাদিক সংন্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱে ৷

ABOUT THE AUTHOR

...view details