অসম

assam

By

Published : Apr 3, 2021, 9:03 PM IST

ETV Bharat / state

গোলাঘাটত মূল্য বৃদ্ধিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট নগৰত এক সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সদস্য সকলে l

গোলাঘাটত মূল্য বৃদ্ধিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
গোলাঘাটত মূল্য বৃদ্ধিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট,3 এপ্ৰিলঃ মূল্য বৃদ্ধিৰ দাবীত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট নগৰত এক সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সদস্য সকলে l

গোলাঘাটত মূল্য বৃদ্ধিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বিজেপি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ । অতি শীঘ্ৰে যদি চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ দাবী সমূহ মানি নলয়, তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে।

লগতে পঢ়কঃ কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল আৰক্ষী জোৱান

ABOUT THE AUTHOR

...view details