গোলাঘাট, 18 এপ্ৰিলঃ শিক্ষিত নিবনুৱা সকলৰ বাবে এজন আদৰ্শ যুৱক । গোলাঘাট কালুজান গাঁৱৰ শিক্ষিত যুৱক অংশুমান শৰ্মাই চৰকাৰী চাকৰি বিচাৰি কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ বিপৰীতে কৃষি কাৰ্যৰে জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে ।
গোলাঘাটত কৃষিকৰ্মৰে অংশুমান শৰ্মাৰ স্বাবলম্বীতা - কৃষি স্বাবলম্বীতা
গোলাঘাট কালুজান গাঁৱৰ শিক্ষিত যুৱক অংশুমান শৰ্মাই চৰকাৰী চাকৰি বিচাৰি কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ বিপৰীতে কৃষি কাৰ্যৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে ।
গোলাঘাটত কৃষিকৰ্মৰে অংশুমান শৰ্মাৰ স্বাবলম্বীতা
চাকৰি মুখী নহৈ কেপচিকাম, জলকীয়া, খেতিৰ জৰিয়তে স্বাবলম্বনৰ পথ বাছি লৈছে গোলাঘাট কালুজান গাৱঁৰ প্ৰদীপ শৰ্মা আৰু বেউলা দেবীৰ বৰপুত্ৰ শিক্ষিত নিবনুৱা অংশুমানে ৷ অংশুমানে সাংবাদিকক দিয়া তথ্য অনুসৰি কৃষি-কৰ্মৰ বাবে পৰ্যাপ্ত পৰিমাণৰ মাটি নথকাৰ ফলত আনৰ প্ৰায় এবিঘা কৃষি ভূমি লৈ খেতি কৰিছে ।