অসম

assam

ৰাজ্যজুৰি বিজেপিৰ সদস্য ভৰ্তি অভিযান

By

Published : Jul 6, 2019, 10:53 PM IST

বিভিন্ন ৰাজনৈতিক দলৰ সদস্য তথা প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ মনজিৎৰাভা, বি জে পিৰ নেতা ৰহিম জিব্ৰান সহ কেইবাগৰাকী কেইবা গৰাকীও নেতা ৷

টীয়কত পৰ্ব সদস্যতা অভিযান

নিউজডেস্ক, 6 জুলাইঃ টীয়কত বিজেপিৰ পৰ্ব সদস্যতা অভিযান ৷ সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰ্ব সদস্যতা অভিযানৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগতে যোৰহাটৰ টীয়ক সমষ্টিটো শনিবাৰে পৰ্ব-সদস্যতা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা তাচা ,অসম কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত বৰা, জিলা বিজেপিৰ সভাপতি জিতু হাজৰিকা আৰু টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ উপস্থিত থাকে ৷

টীয়কত পৰ্ব সদস্যতা অভিযান

আনহাতে, পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ নগৰতো অনুষ্ঠিত হয় পৰ্ব সদস্যতা অভিযান ৷ বিভিন্ন ৰাজনৈতিক দলৰ সদস্য তথা প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ মনজিৎৰাভা, বি জে পিৰ নেতা ৰহিম জিব্ৰান সহ কেইবাগৰাকী কেইবাগৰাকীও নেতা ৷

ABOUT THE AUTHOR

...view details