অসম

assam

ETV Bharat / state

হাফলঙত শান্তিপূৰ্ণ ভাবে সম্পন্ন হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া

হাফলং বিধানসভা সমষ্টিত শান্তিপূৰ্ণ ভাবে সম্পন্ন হ‘ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইতিমধ্যে ভিন্ন ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা বিষয়া-কৰ্মী সকল ইভিএম লৈ উপস্থিত হৈছে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ষ্ট্ৰং ৰুমত ।

peacfully-voting-completed-in-haflong
হাফলঙত শান্তিপূৰ্ণ ভাবে সম্পন্ন হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া

By

Published : Apr 1, 2021, 10:13 PM IST

ডিমা হাছাও, 1 এপ্ৰিল: ডিমা হাছাও জিলাৰ একমাত্ৰ বিধানসভা সমষ্টি হাফলং বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাবে সম্পন্ন হয় ৷ এতিয়া বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা বিষয়া-কৰ্মী সকল ইভিএম লৈ উপস্থিত হৈছে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ ষ্ট্ৰং ৰুমত । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ইভিএম ৰখাৰ ব্যৱস্থা কৰা হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ষ্ট্ৰং ৰুমত ।

উল্লেখ্য যে, 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1 লাখ 47 হাজাৰ 183 গৰাকী । ইয়াৰ মাজত হাফলং সমষ্টিত মুঠ ভোটদান 74 শতাংশ হোৱা বুলি জানিবলৈ দিছে নিৰ্বাচনী বিষয়াই ।

লগতে পঢ়ক: ক’ভিড প্ৰট’কল মানি ৰঙিয়াত ভোট গ্ৰহণ

ABOUT THE AUTHOR

...view details