অসম

assam

ETV Bharat / state

উত্তৰ প্ৰদেশৰ পৰা আটক ডি এন এল এ-ৰ লিংকমেন

ডিমা হাছাও আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ সুলতানপুৰৰ পৰা আটক কৰে লিংকমেনজনক

উত্তৰ প্ৰদেশৰ পৰা আটক ডি এন এল এ-ৰ লিংকমেন

By

Published : Aug 1, 2019, 3:07 AM IST

ডিমা হাছাও, 1 আগষ্ট : উত্তৰ প্ৰদেশৰ পৰা কৰায়ত্ত ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি চমুকৈ ডি এন এল এ-ৰ এজন লিংকমেন ৷ ডিমা হাছাও আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ সুলতানপুৰৰ পৰা আটক কৰে নুনিসোন নুনিছা নামৰ ডি এন এল এ-ৰ লিংকমেনজনক ৷ নুনিসোন নুনিছা ডি এন এল এৰ সদস্য ভৰ্তি কামত জড়িত থকা বুলি উল্লেখ কৰে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে । নুনিসোনৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত । লিংকমেন জনৰ পৰা মোবাইল আৰু লেপটপ জব্দ কৰে। উত্তৰ প্ৰদেশৰ পৰা কৰায়ত্ত ডি এন এল-ৰ লিংকমেন জনক হাফলঙলৈ লৈ অহা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details