মৰাণ,25 মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদত আৰম্ভ হৈছে দলত্যাগৰ ৰাজনীতি ৷ বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাৰ পত্নী নিতুমণি চাংমাইয়ে যোগদান কৰিলে কংগ্ৰেছত ৷
পলাশ ৰঞ্জন বৰুৱাৰ পত্নীৰ কংগ্ৰেছত যোগদান - অজাপ
নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদত আৰম্ভ হৈছে দলত্যাগৰ ৰাজনীতি ৷ বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাৰ পত্নী নিতুমণি চাংমাইয়ে যোগদান কৰিলে কংগ্ৰেছত ৷
কংগ্ৰেছত যোগদান কৰিলে অজাপৰ উপ-সভাপতিৰ পত্নীয়ে
উল্লেখ্য যে, পলাশ ৰঞ্জন বৰুৱাৰ পত্নী নিতুমণি চাংমাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ভগ্নী ৷ মৰাণ কংগ্ৰেছত যোগদান কৰাৰ পাচতে নিতুমণি চাংমাইক উষ্ম আদৰণি জনাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰে ৷
লগতে পঢ়ক:শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে