টিংখাং,1 জানুৱাৰীঃচাওতে চাওতে পুৰণি বছৰে বিদায় ল'লে ৷ নৱবৰ্ষৰ এই মূহুৰ্ততো ৰাজ্যত ৰাইজে পাহৰা নাই cৰ কথা ৷ এতিয়াও অব্যাহত আছে কা বিৰোধী আন্দোলন ৷ ডিব্ৰুগড়ৰ টিংখাঙত নৱবৰ্ষৰ প্ৰথম দিনাই প্ৰতিবাদ ৷ টিংখাঙৰ ৰাজগড়ত 12 ঘন্টিয়া অনশনত বহিল সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ কৰ্মী ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বুধাবাৰে পুৱাই অনশন কাৰ্যসূচী গ্ৰহণ কৰে আছু নেতৃত্বই ৷ তেওঁলোকৰ দাবী শীঘ্ৰেই জাতিধ্বংসী আইনখন বাতিল নকৰিলে অব্যাহত ৰাখিব আন্দোলন ৷
এক জানুৱাৰীৰ দিনাই আছুৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ টিংখাঙত - সদৌ অসম ছাত্ৰ সন্থা
নতুন বছৰৰ প্ৰথম দিনাই অনশনত বহিল ছাত্ৰ সন্থাৰ একংশ কৰ্মী ৷ বুধবাৰে 12 ঘন্টিয়া অনশনত বহিল সদৌ অসম ছাত্ৰ সন্থাৰ টিংখাঙৰ কৰ্মীসকল ৷
এক জানুৱাৰীৰ দিনাই আছুৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ টিংখাঙত