অসম

assam

ETV Bharat / state

শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক নিলম্বন - Mitali Konwar put under suspension

এগৰাকী 12 বছৰীয়া কিশোৰক শুই থকা অৱস্থাত দেহত গৰম পানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত মিতালী কোঁৱৰক নিলম্বন ৷

মিতালী কোঁৱৰক নিলম্বন
মিতালী কোঁৱৰক নিলম্বন

By

Published : Sep 9, 2020, 11:58 AM IST

মৰাণ, 9 ছেপ্তেম্বৰ:শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক নিলম্বন ৷ উচ্চ শিক্ষা সঞ্চালকালয়ে এক নিৰ্দেশনাযোগে নিলম্বন কৰিলে অধ্যক্ষ গৰাকীক ৷

উচ্চ শিক্ষা সঞ্চালকালয়ে প্ৰদান কৰা নিৰ্দেশনা

এগৰাকী 12 বছৰীয়া কিশোৰক শুই থকা অৱস্থাত দেহত গৰম পানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত সম্প্ৰতি ডিব্ৰুগড় আৰক্ষীৰ জালত অধ্যক্ষা গৰাকীৰ লগতে তেওঁৰ চিকিৎসক স্বামী ৷ উল্লেখ্য যে, অধ্যক্ষা গৰাকীৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল কেইবাটাও দল সংগঠনৰ লগতে, মৰাণৰ স্থানীয় লোকে ৷

শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক নিলম্বন

লগতে পঢ়ক:মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details