অসম

assam

ETV Bharat / state

ক'ভিড আক্ৰান্তলৈ সহাঁয়ৰ হাত বিধায়ক চক্ৰধৰ গগৈৰ

মৰাণ বিধানসভা সমষ্টিৰ লেজাই পঞ্চায়তৰ লেপেটকটা চাহ বাগিচাৰ বৰলাইনত ক'ভিডত আক্ৰান্ত পৰিয়ালক সহাঁয়ৰ হাত আগবঢ়ালে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ পৰিয়াল সমূহক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিস্থিতি বুজ লয় ৷

By

Published : May 27, 2021, 10:27 PM IST

ক'ভিড আক্ৰান্তলৈ সহাঁয়ৰ হাত বিধায়ক চক্ৰধৰ গগৈৰ
ক'ভিড আক্ৰান্তলৈ সহাঁয়ৰ হাত বিধায়ক চক্ৰধৰ গগৈৰ

মৰাণ, 27 মে' :মৰাণ বিধানসভা সমষ্টিৰ লেজাই পঞ্চায়তৰ লেপেটকটা চাহ বাগিচাৰ বৰলাইনত ক'ভিডত আক্ৰান্ত পৰিয়ালক সহাঁয়ৰ হাত আগবঢ়ালে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ পৰিয়াল সমূহক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিস্থিতি বুজ লয় ৷

ক'ভিড আক্ৰান্তলৈ সহাঁয়ৰ হাত বিধায়ক চক্ৰধৰ গগৈৰ

ইফালে বৰলাইনৰ প্ৰতিটো পৰিয়ালৰ সদস্য সকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই সদস্য সকলৰ মাজত মাস্কও বিতৰণ কৰে ৷ সামগ্ৰী বিতৰণত লেজাই পঞ্চায়তৰ সভানেত্ৰী ৰীমা দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰাজু নায়কৰ লগতে বিজেপি দলৰ বহু কেইগৰাকীয়ে কাৰ্য্যকৰ্তাই বিধায়ক গৰাকীক সহযোগীতা আগবঢ়ায় ৷

ক'ভিড আক্ৰান্তলৈ সহাঁয়ৰ হাত বিধায়ক চক্ৰধৰ গগৈৰ

লগতে পঢ়ক: মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী

ABOUT THE AUTHOR

...view details