মৰাণ, 9 অক্টোবৰ: আজি দেশ তথা ৰাজ্যজুৰি পালন কৰা হ’ব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা (Lakshmi Puja 2022) ৷ সমান্তৰালকৈ ডিব্ৰুগড়ৰ মৰাণতো মা লক্ষ্মী দেৱীৰ পূজা উলহ মালহেৰে পালন কৰিবলৈ পুৱাৰে পৰা পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজে ভিৰ কৰিছেহি বজাৰত(Lakshmi Puja preparation in Assam) ৷
প্ৰতিকূল বতৰৰ বাবে পূৰ্বতকৈ বজাৰত গ্ৰাহকৰ ভিৰ কম যদিও বহুলোক ওলাই আহিছে পুৱাই পূজাৰ সামগ্ৰী ল'বলৈ (Lakshmi Puja preparation at Moran) । কিন্তু সামগ্ৰীৰ দামে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক ।