- ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
- জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ (DTO Sanjib Hazarika) বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ
- অভিযানত বিষয়াগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 7,03,800 লাখ টকা
- লগতে 87 হাজাৰ অচল হৈ পৰা টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে
- এতিয়াও বৈৰাগীমঠৰ বিষয়া গৰাকীৰ ঘৰত চলি আছে অভিযান
Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ - Lakhs of rupees seized from DTO residence
ডিব্ৰুগড় জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ বিষয়াগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 7,03,800 টকা (Lakhs of rupees seized from DTO residence) ৷
Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ
Last Updated : Oct 21, 2022, 2:17 PM IST