অসম

assam

ETV Bharat / state

স্বামীয়ে জ্বলাই দিলে পত্নী সহ ডেৰ বছৰীয়া সন্তানক

ডিব্ৰুগড় বৰবৰুৱাৰ মাহমাৰীত স্বামীয়ে জ্বলাই দিলে পত্নী সহ ডেৰবছৰীয়া সন্তানক

By

Published : Aug 20, 2019, 1:33 PM IST

স্বামীয়ে জ্বলাই দিলে পত্নী সহ ডেৰ বছৰীয়া সন্তানক


ডিব্ৰুগড়, 20 আগষ্ট : ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ অন্তগৰ্ত 2নং মাহমাৰীত লোমহৰ্ষক ঘটনা ৷ এইবাৰ স্বামীয়ে জ্বলাই দিলে নিজ পত্নী সহ ডেৰবছৰীয়া সন্তানক ৷ নিজগৃহৰ চোতালতে কেৰাচিন ঢালি জ্বলাই হত্যা কৰিলে স্বামী ডিম্বেশ্বৰ মূড়াই পত্নী আৰতী মূড়া আৰু তেওঁৰ ডেৰ বছৰীয়া পুত্ৰক ৷ ছাই হৈ যোৱা অৱস্থাত আৰতী মূড়া আৰু ডেৰ বছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ ৷

স্বামীয়ে জ্বলাই দিলে পত্নী সহ ডেৰ বছৰীয়া সন্তানক

ABOUT THE AUTHOR

...view details