মৰাণ, 29 মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত সোমবাৰে মৰাণত হেঁপাহৰ ফাকুৱা উৎযাপন কৰা হয় । মৰাণৰ চৰহকে ধৰি চাহ বাগিচা এলেকাটোত ৰাইজে পুৱাৰ পৰাই ফাকুৱা খেলি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয় । বিশেষকৈ মৰাণৰ শিঙিজান চাহ বাগিচাত পৰম্পৰা ৰক্ষা কৰি ফাকুৱাৰ লগত জড়িত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় । মৰাণৰ বহুকেইখন চাহ বাগিচাৰ লোকে আহি শিঙিজান চাহ বাগিচাত নৃত্য গীত কৰি ফাকুৱা উৎযাপন কৰে ।
মৰাণত ৰঙৰ উৎসৱ ফাকুৱা উৎযাপন - holi
মৰাণৰ শিঙিজান চাহ বাগিচাত পৰম্পৰা ৰক্ষা কৰি ফাকুৱাৰ লগত জড়িত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় । মৰাণৰ বহুকেইখন চাহ বাগিচাৰ লোকে আহি শিঙিজান চাহ বাগিচাত নৃত্য গীত কৰি ফাকুৱা উৎযাপন কৰে ।

মৰাণত ৰঙৰ উৎসৱ ফাকুৱা উৎযাপন
মৰাণত ৰঙৰ উৎসৱ ফাকুৱা উৎযাপন