মৰাণ,16 জানুৱাৰীঃ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমতো ৰাম ভক্ত সকলৰ মাজত বিশেষ তৎপৰতাত দেখিবলৈ পোৱা গৈছে । মাঘ বিহুৰ প্ৰথম দিনটোতে মৰাণৰ হনুমান মন্দিৰ প্ৰাঙ্গনত ৰাজহ আৰু ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰামৰ ভক্ত সকলে স্বতঃস্ফুত ভাৱে ওলাই ১০ মিনিটত ২ লাখ টকা বৰঙণি আগবঢ়াই এক অভিলেখ সৃষ্টি কৰিছে ।
মৰাণত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ আৰম্ভ - ৰাম মন্দিৰ নিৰ্মাণ
মাঘ বিহুৰ প্ৰথম দিনটোতে মৰাণৰ হনুমান মন্দিৰ প্ৰাঙ্গনত ৰাজহ আৰু ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰামৰ ভক্ত সকলে স্বতঃস্ফুত ভাৱে ওলাই ১০ মিনিটত ২ লাখ টকা বৰঙণি আগবঢ়াই এক অভিলেখ সৃষ্টি কৰিছে ।
মৰাণত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ আৰম্ভ
উল্লেখযোগ্য যে, ১৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি নিধি সংগ্ৰহ হ'ব, তাৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে । তাৰে অংশ স্বৰূপে শুকুৰবাৰে মৰাণৰ ৰাম ভক্ত ৰাইজে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হয় ।
লগতে পঢ়কঃ চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য