অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পথ দুৰ্ঘটনা : নিহত 1

শুকুৰবাৰে ডিব্ৰুগড়ৰ বাণীপুৰত এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় ৰাজেশ ৰবিদাস নামৰ এজন ষাঠি উৰ্দ্ধৰ লোকে ৷

By

Published : Mar 22, 2019, 7:53 PM IST

ডিব্ৰুগড়ত পথ দুৰ্ঘটনা : নিহত 1

  • ডিব্ৰুগড়ৰ বাণীপুৰত শোকাৱহ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে মৃত্যু বাণীপুৰৰ ৰাজেশ ৰবিদাস ( 60 )
  • ব্যক্তিজনৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায় তীব্ৰবেগী বাহন
  • ঘটনা সংঘটিত কৰিপলায়ন কৰে বাহনখন
    ডিব্ৰুগড়ত পথ দুৰ্ঘটনা : নিহত 1

ABOUT THE AUTHOR

...view details