বাঁহৰ দলঙেৰে থেকেৰাগুৰি-বৰবিলবাসীৰ বিপদসংকুল যাত্ৰা - বিপদসংকুল যাত্ৰা
যমৰ যাতনা ভোগাইছে এখন অৰ্ধনিমিত দলঙে ৷ দুবছৰ ধৰি সম্পূৰ্ণ নহ’ল এখন দলং নিৰ্মাণৰ কাম ৷

বাঁহৰ দলঙেৰে থেকেৰাগুৰি-বৰবিলবাসীৰ বিপদসংকুল যাত্ৰা
ডিব্ৰুগড়, 18 আগষ্টঃযিসময়ত সমগ্ৰ দেশৰ লগতে অসমৰো ৰাষ্টা-ঘাট, দলঙৰ ক্ষীপ্ৰ উন্নয়নৰ ফলত যাতায়ত ব্যৱস্থা সুগম হৈ পৰিছে বুলি চৰকাৰী ভাৱে কোৱা হৈছে সেই একেটা সময়তে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে ভিতৰুৱা গ্ৰামাঞ্চলৰ বহু গাওঁবাসীয়ে ৷ টিংখাং বৰবিলৰগাঁৱৰ এখন দলঙ এতিয়া হোৱাতকৈ নোহোৱাই ভালৰ দৰে হৈছে। টিংখাং বৰবিলৰগাঁৱৰ এই দলংখনক কেন্দ্ৰ কৰি ই টি ভি ভাৰতে যুগুতোৱা চাওক এই প্ৰতিবেদন..
বাঁহৰ দলঙেৰে থেকেৰাগুৰি-বৰবিলবাসীৰ বিপদসংকুল যাত্ৰা