অসম

assam

By

Published : Oct 31, 2020, 10:13 AM IST

Updated : Oct 31, 2020, 10:49 AM IST

ETV Bharat / state

শুকুৰবাৰে সম্পন্ন আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক

শুকুৰবাৰে তাই আহোম ছাত্ৰ সন্থাৰ(আটাছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা ৷ টেঙাখাত গান্ধী ভৱনত অনুষ্ঠিত এই সভাত আগন্তুক লাচিত দিৱসৰ অনুস্থান টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

AATASU's Dibrugarh District Committee Organizing Meeting Held On Friday
শুক্ৰবাৰে সম্পন্ন আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সভা

মৰাণ,31অক্টোবৰঃ শুকুৰবাৰে তাই আহোম ছাত্ৰ সন্থাৰ(আটাছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা ৷ টেঙাখাত গান্ধী ভৱনত অনুষ্ঠিত এই সভাত আগন্তুক লাচিত দিৱস টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তদুপৰি সভাত তাই আহোম লোকৰ লোকপিয়ল, জনজাতিকৰণ ইত্যদি বিষয় সন্দৰ্ভত প্ৰচাৰ পত্ৰিকা বিতৰণ আদি বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

ইপিনে সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন, যুটীয়া সম্পাদক মুনিন গগৈ, তপন গগৈ, উপ-সভাপতি জিতেন গগৈ, ব্ৰজমণি ফুকনৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন মহকুমা, আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে আটাছুৰ বহু সংখ্যক কৰ্মী ৷

লগতে পঢ়কঃফ্ৰান্স ৰাষ্ট্ৰপতিৰ এক বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ

Last Updated : Oct 31, 2020, 10:49 AM IST

ABOUT THE AUTHOR

...view details