অসম

assam

ETV Bharat / state

গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহ ভঙা পাঁচ জনক আটক

গোলকগঞ্জৰ পুৰণি কালী মন্দিৰৰ প্ৰতিমা ভাঙি চুৰমাৰ কৰা ঘটনাত জড়িত পাঁচজন অপৰাধীক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

গোলকগঞ্জত মন্দিৰৰ প্ৰতিমা ভঙা কাণ্ডত জড়িত পাঁচ জনক আটক

By

Published : Aug 25, 2019, 4:17 AM IST

গোলকগঞ্জ, 24 আগষ্টঃ শুক্ৰবাৰে গোলকগঞ্জৰ পুৰণি কালী মন্দিৰৰ প্ৰতিমা ভাঙি চুৰমাৰ কৰা ঘটনাত জড়িত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে ক্ৰমে দীনেশ ৰায়, সুৰজিত সূত্ৰধৰ, আশীষ সৰকাৰ, ছানীৰাম ৰায় আৰু সঞ্জয় বৰ্মন ৷ গোলকগঞ্জ আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত অপৰাধী কেইজনক 24 ঘণ্টাৰ ভিতৰত আটক কৰিবলৈ সক্ষম হয় ৷

গোলকগঞ্জত মন্দিৰৰ প্ৰতিমা ভঙা কাণ্ডত জড়িত পাঁচ জনক আটক

ABOUT THE AUTHOR

...view details