অসম

assam

ETV Bharat / state

গণেশ চতুৰ্থী উপলক্ষে ধুবুৰীত উখল মাখল পৰিৱেশ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো গণেশ চতুৰ্থী উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি। এই উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে চলিছে গণপতিৰ পূজা- অৰ্চনা ৷

By

Published : Sep 2, 2019, 9:00 PM IST

গণেশ চতুৰ্থী উপলক্ষে ধুবুৰীত উখল মাখল পৰিৱেশ

ধুবুৰী,2ছেপ্টেম্বৰঃআজি গণেশ চতুৰ্থী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গণেশ চৰ্তুথী উপলক্ষে ধুবৰীতো সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ। উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে চলিছে গণেশ চতুৰ্থীৰ পূজা অৰ্চনা।

গণেশ চতুৰ্থী উপলক্ষে ধুবুৰীত উখল মাখল পৰিৱেশ

এয়া হৈছে ধুবুৰীৰ হৰিসভা প্ৰাংগনৰ দৃশ্য। প্ৰথমতে এই অঞ্চলটোৰ ঘৰে ঘৰে গণেশ পূজা কৰা হৈছিল যদিও বিগত প্ৰায় চাৰি বছৰৰ পৰা হৰিসভা প্ৰাংগনত ৰাজহুৱা ভাৱে এই পূজা অনুষ্ঠিত হৈ আহিছে। ৰাতিপুৱাৰ পৰাই ধৰ্মীয় নীতি নিয়ম অনুসৰি চলিছে গণেশৰ পূজা-অৰ্চনা ৷


ABOUT THE AUTHOR

...view details